NE Digital Portal

Contact at nedigitalportal@gmail.com

দিব্যজ্যোতি মেধিক এবছৰৰ বাবে আছুৰ পৰা অব্যাহতি

Facebook
Twitter
LinkedIn
WhatsApp

সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক অনুশাসন ভংগ কৰাৰ বাবে আছুৰ সাংগঠনিক সম্পাদক আৰু সদৌ কামৰূপ (ম)জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিব্যজ্যোতি মেধিক এবছৰৰ বাবে আছুৰ পৰা অব্যাহতি দিয়ে