NE Digital Portal

Contact at nedigitalportal@gmail.com

সৰ্ব ভাৰতীয় NEET পৰীক্ষাত ৩৫০ ৰো অধিক শিক্ষাৰ্থী উত্তীৰ্ণৰে উজ্বলিল উঠিল আজমল 40

Facebook
Twitter
LinkedIn
WhatsApp

NEET পৰীক্ষাৰ ফলাফল ঘোষণা

NEET পৰীক্ষাত AJMAL SUPPER 40 ৰ লগতে খাৰুপেটীয়াৰ আজমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৃহৎ সফলতা

৬৯০ নম্বৰৰে আজমল ছুপাৰ 40 য়ে উত্তৰ-পূৱাঞ্চলৰ ভিতৰত অভিলেখ গঢ়িলে হোজাই আজমল ছুপাৰ ৪০য়ে।

২০২৩ বৰ্ষৰ NEET পৰীক্ষাৰ ফলাফলত ৩৫০ৰো অধিক শিক্ষাৰ্থী উত্তীৰ্ণ হৈ আনন্দত আত্মহাৰা ছাত্ৰ ছাত্ৰী সহ শিক্ষক শিক্ষয়িত্ৰি সকল। ছাত্ৰ ছাত্ৰীৰ মাজত কেক কাটি ফটোকা ফুটাই আনন্দত নিমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে অজমল ছুপাৰ ৪০ৰ প্ৰতিষ্ঠানৰ সমূহ কৰ্মী তথা ছাত্ৰ ছাত্ৰী সকলে। কাৰ এনেধৰনৰ ফলাফল এইবাৰ পোন প্ৰথমবাৰৰ বাবে সফলতা অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

২০২৩ বৰ্ষৰ NEET পৰীক্ষাৰ ফলাফলত ৩৫০ৰো অধিক শিক্ষাৰ্থী উত্তীৰ্ণ হৈ চিকিৎসক হোৱাৰ সপোন পূৰণ কৰিব আজমল ছুপাৰ৪০য়ে।তাৰ লগতে বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ আজমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ জন ছাত্ৰই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

খাৰুপেটীয়া ৰ পৰা ৰূপম জ্যোতি নাথৰ প্ৰতিবেদন।